• Home
  • »
  • News
  • »
  • assam
  • »
  • কোৰোণাৰ আতংকই খেদিছে ছাগলীয়াত,ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পেলাইছে কোৱাৰেণ্টাইন চেণ্টাৰত ব্যৱহৃত PPE কিট আৰু পেলনীয়া সামগ্ৰী

কোৰোণাৰ আতংকই খেদিছে ছাগলীয়াত,ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পেলাইছে কোৱাৰেণ্টাইন চেণ্টাৰত ব্যৱহৃত PPE কিট আৰু পেলনীয়া সামগ্ৰী

ছাগলীয়াৰ প্ৰশাসনে কোৰোণা ভাইৰাছক কৰিছে নেকি ভেঙুচালি?

ছাগলীয়াৰ প্ৰশাসনে কোৰোণা ভাইৰাছক কৰিছে নেকি ভেঙুচালি?

ছাগলীয়াৰ প্ৰশাসনে কোৰোণা ভাইৰাছক কৰিছে নেকি ভেঙুচালি?

  • Share this:
    ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। কোৰোণা ভাইৰাছে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে ছাগলীয়াৰ প্ৰশাসনে মহামাৰী কোৰোণাক লৈ ল’ৰা-ধেমালী খেলা পৰিলক্ষিত হৈছে ৷

    ছাগলীয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰেই ৰাজ্যত কোৰোণা সংক্ৰমণৰ আন এক কেন্দ্ৰস্থল হোৱাৰ পথত বুলি সন্দেহ কৰা হৈছে। নামনি অসমত কোৰোণা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকাত এতিয়া দিন কটাইছে ৰাইজে। কাৰণ ছাগলীয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰত ব্যৱহৃত PPE কিট আৰু পেলনীয়া সামগ্ৰী পেলোৱা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে।

    আনকি বতাহ-বৰষুণৰল ফলত পেলনীয়া সামগ্ৰী য’তে য’তে সিঁচৰতি হৈ পৰিছে। আনকি বতাহৰ ফলত খেতিপথাৰ, বাসগৃহতো পৰিছেগৈ কোৱাৰেণ্টাইন চেণ্টাৰত ব্যৱহৃত পোলনীয়া সামগ্ৰী।

     
    First published: