• Home
  • »
  • News
  • »
  • assam
  • »
  • বাক্সাত UPPL কৰ্মীক আক্ৰমণ, নিজ ঘৰতে আক্ৰমণ কৰিলে বিপিএফ কৰ্মীয়ে

বাক্সাত UPPL কৰ্মীক আক্ৰমণ, নিজ ঘৰতে আক্ৰমণ কৰিলে বিপিএফ কৰ্মীয়ে

আক্ৰমণত গুৰুতৰভাৱে আহত হয় গিৰীণ ৰামছিয়াৰী৷ নিশাই মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় লোকজনক৷

  • Share this:
বাক্সাত ইউপিপিএলৰ কৰ্মীক আক্ৰমণ বিপিএফৰ কৰ্মীৰ৷ আঠিয়াবাৰী ভিচিডিচিৰ সদস্য গিৰিণ ৰামছিয়াৰীক ঘৰত আহি আক্ৰমণ বিপিএফ কৰ্মীৰ৷ পাঁচজন বিপিএফ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ। আক্ৰমণত গুৰুতৰভাৱে আহত হয় গিৰীণ ৰামছিয়াৰী৷ নিশাই মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় লোকজনক৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি