• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজনী ইউপিপিএলৰ প্ৰতিবাদ, সমষ্টিটোত ইউপিপিএৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী

বিজনী ইউপিপিএলৰ প্ৰতিবাদ, সমষ্টিটোত ইউপিপিএৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী

বিজনী সমষ্টিত UPPLৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে বিকল্প চিন্তা কৰা হ'ব বুলিও প্ৰতিবাদী UPPLৰ নেতা-কৰ্মী সকলে সংবাদ মাধ্যমৰ জৰিয়তে BJPক হুংকাৰ প্ৰদান কৰে।

  • Share this:
বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰক্ষেপক কেন্দ্ৰ কৰি শনিবাৰে নিশা চিৰাং জিলাৰ বিজনীত  BJPৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিল UPPLৰ একাংশ নেতা-কৰ্মী। তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৩৩নং বিজনী বিধানসভা সমষ্টিত UPPL দলৰ পৰা এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীত এইদৰে বিজনী জিলা UPPLৰ কাৰ্যালয়ত একাংশ দলীয় নেতা-কৰ্মীয়ে BJPৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

বিজনী সমষ্টিত UPPLৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে বিকল্প চিন্তা কৰা হ'ব বুলিও প্ৰতিবাদী UPPLৰ নেতা-কৰ্মী সকলে সংবাদ মাধ্যমৰ জৰিয়তে BJPক হুংকাৰ প্ৰদান কৰে। শেহতীয়াভাৱে বিজনী সমষ্টিটো বিজেপিক এৰি দিয়াৰ বাবে চিন্তা–চৰ্চা কৰাৰ সময়তে ইউপিপিএলৰ কৰ্মীসকলে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে৷
Published by:Sanjay Kumar Das
First published: