মুখ্যপৃষ্ঠা »খবৰ »অসম »এইবাৰ ভগৱান শিৱলৈ এজন ভক্তই লিখিলে চিঠি ! শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ দান পাত্ৰত ভক্তই দিলে চিঠিখন ...

এইবাৰ ভগৱান শিৱলৈ এজন ভক্তই লিখিলে চিঠি ! শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ দান পাত্ৰত ভক্তই দিলে চিঠিখন ...

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ দান পাত্ৰত কোনো ভক্তই মহাদেৱৰ আশীষ বিচাৰি লিখি থৈ গ'ল এখন বিশেষ পত্ৰ। "মোৰ সংসাৰখন জোৰা লগাই দিয়া ভগৱান" - এই বাক্য শাৰী লিখি থৈ যোৱা পত্ৰখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে চছিয়েল মিডিয়াত।

  • Share this:
বিভিন্নজনে বিভিন্ন মানসেৰে ভগৱান শিৱক পূজা-অৰ্চনা কৰে, দান-বৰঙণি আগবঢ়ায় মন্দিৰত। কিন্তু ভক্তৰ মনোকামনা খুব কমেই পোহৰলৈ আহে। কিন্তু এইবাৰ এজন শিৱভক্তই কৰিলে এক ব্যতিক্ৰমী কাৰ্য।

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ দান পাত্ৰত কোনো ভক্তই মহাদেৱৰ আশীষ বিচাৰি লিখি থৈ গ'ল এখন বিশেষ পত্ৰ। "মোৰ সংসাৰখন জোৰা লগাই দিয়া ভগৱান" - এই বাক্য শাৰী লিখি থৈ যোৱা পত্ৰখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে চছিয়েল মিডিয়াত। কিয়নো আগেয়ে কোনো ভক্তই এনেদৰে দান পাত্ৰত পত্ৰ দি কাৰ্য পৰলক্ষিত হোৱা নাই। কোন ভক্তই ভগৱান শিৱলৈ এনেদৰে দান পাত্ৰত পত্ৰ দি থৈ গ'ল তাকে লৈ এতিয়া সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা।

শেহতীয়া বাতৰি