உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গুৱাহাটী মহানগৰীত উদ্ধাৰ অচিনাক্ত মৃতদেহ! ৰে'ল লাইনৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো...

    গুৱাহাটী মহানগৰীত উদ্ধাৰ অচিনাক্ত মৃতদেহ! ৰে'ল লাইনৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো...

    উদ্ধাৰ কৰা মৃতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে

    উদ্ধাৰ কৰা মৃতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে

    উদ্ধাৰ কৰা মৃতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে

    • Share this:

    • চন্দ্ৰপুৰত অঘটন। ৰেলপথত উদ্ধাৰ হৈছে এটা মৃতদেহ।

    • পানীখাইতী ঠাকুৰকুচি ষ্টেচনৰ মাজত উদ্ধাৰ মৃতদেহটো।

    • উদ্ধাৰ কৰা মৃতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে।

    • উজানিমুৱা ৰেল লাইনৰ সমীপত উদ্ধাৰ কৰা হৈছে মৃতদেহটো।

    • এতিয়ালৈ উদ্ধাৰ হোৱা নাই মৃত লোক জনৰ পৰিচয়।

    Published by:Himangshu Bhuyan
    First published: