
উদ্ধাৰ কৰা মৃতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে
উদ্ধাৰ কৰা মৃতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে
- চন্দ্ৰপুৰত অঘটন। ৰেলপথত উদ্ধাৰ হৈছে এটা মৃতদেহ।
- পানীখাইতী ঠাকুৰকুচি ষ্টেচনৰ মাজত উদ্ধাৰ মৃতদেহটো।
- উদ্ধাৰ কৰা মৃতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে।
- উজানিমুৱা ৰেল লাইনৰ সমীপত উদ্ধাৰ কৰা হৈছে মৃতদেহটো।
- এতিয়ালৈ উদ্ধাৰ হোৱা নাই মৃত লোক জনৰ পৰিচয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|