চলন্ত গাড়ীত বিষাক্ত কেমিকেল ঢালি আৰোহীক কৰিলে সংজ্ঞাহীন, পিছত লুট পাতৰ চেষ্টা ডকাইতৰ দলৰ

ক্ৰমাৎ নিয়ন্ত্ৰনহীন হৈ পৰিছ গুৱাহাটী মহানগৰৰ নিৰাপত্তা ব্যৱস্থা!

News18-Assam
Updated:September 7, 2019, 11:46 AM IST
চলন্ত গাড়ীত বিষাক্ত কেমিকেল ঢালি আৰোহীক কৰিলে সংজ্ঞাহীন, পিছত লুট পাতৰ চেষ্টা ডকাইতৰ দলৰ
ক্ৰমাৎ নিয়ন্ত্ৰনহীন হৈ পৰিছ গুৱাহাটী মহানগৰৰ নিৰাপত্তা ব্যৱস্থা!
News18-Assam
Updated: September 7, 2019, 11:46 AM IST
ভাস্কৰজ্যোতি হাজৰিকা- মহানগৰীত ডকাইতি কৰাৰ ভয়ানক কৌশল। চলন্ত গাড়ীত বিষাক্ত কেমিকেল ঢালি আৰোহীক সংজ্ঞাহীন কৰা চেষ্টা ৩ ডকাইতৰ । গাড়ীৰ AC চলোৱাৰ লগে লগে সংজ্ঞাহীন হোৱাৰ উপক্ৰম গাড়ীৰ ৩ আৰোহীৰ।গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত কেইগৰাকী মান ব্যক্তি উত্তৰ গুৱাহাটীৰ পৰা আহি থাকোঁতে কামৰূপ একাডেমীৰ ওচৰতে সংঘটিতত হয় এই ঘটনা।

আৰোহীক সংজ্ঞাহীন কৰি মূল্যবান সমগ্রী লুট পাতৰ চেষ্টা চলাওতেই গাড়ীত থকা ব্যক্তি কেইজনৰ তৎপৰতাত কৰায়ত্ত হয় এটা ডকাইত । ডকাইত তোৰ নাম অজয়। ৩ জনীয়া গেং তোৰ বাকী ২ তা ডকাইত পলাই যায়। ডকাইত তোৰ পৰা কেমিকেল জাতীয় সমগ্রী আৰু গাড়ীৰ গ্লাছ ভঙা সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি