গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, মুখ্যমন্ত্ৰী সোণোৱালৰে বহিব বৈঠকত

বিমানবন্দৰত অসমৰ চৰকাৰৰ প্ৰতিনিধিয়ে আদৰণি জনালে স্মৃতি ইৰাণীক।

news18assam
Updated:June 11, 2019, 11:14 AM IST
গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, মুখ্যমন্ত্ৰী সোণোৱালৰে বহিব বৈঠকত
বিমানবন্দৰত অসমৰ চৰকাৰৰ প্ৰতিনিধিয়ে আদৰণি জনালে স্মৃতি ইৰাণীক।
news18assam
Updated: June 11, 2019, 11:14 AM IST
গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। কিছু সময় পূৰ্বে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে মন্ত্ৰীগৰাকী। বিমানবন্দৰত অসমৰ চৰকাৰৰ প্ৰতিনিধিয়ে আদৰণি জনালে স্মৃতি ইৰাণীক। বিমানবন্দৰৰ পৰা পোনে পোনে ৰাওনা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালালৈ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক বৈঠকত মিলিত হ’ব মন্ত্ৰীগৰাকী। আন কেইবাটাও অনুষ্ঠানতো কৰিব অংশগ্ৰহণ।
আৰু চাওক পৰৱৰ্তী বাতৰি