• Home
  • »
  • News
  • »
  • assam
  • »
  • Sarbananda Sonowal : নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ ঘৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Sarbananda Sonowal : নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ ঘৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বাসগৃহত বৈঠকত মিলিত হয় সোণোৱাল। 

প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বাসগৃহত বৈঠকত মিলিত হয় সোণোৱাল। 

প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বাসগৃহত বৈঠকত মিলিত হয় সোণোৱাল। 

  • Share this:
নলবাৰীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ ঘৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সোণোৱালৰ আগমনত উৎফুল্লিত হৈ পৰা দেখা গ'ল দলীয় নেতা–কৰ্মীসকলক।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শৰ্মাৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে জিন্দাবাদ ধ্বনি দলীয় কৰ্মীৰ মুখত। প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বাসগৃহত বৈঠকত মিলিত হয় সোণোৱাল।

ইয়াৰ পিছতে অশোক শৰ্মাৰ বাসগৃহত ৰৈ থকা দলীয় নেতা–কৰ্মীক সম্বোধন কৰে সোণোৱালে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি