কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী অসুস্থ, গান্ধী সংকল্প যাত্ৰাত অংশ লোৱা অৱস্থাতে ঢলি পৰিল তেলী

ততাতৈয়াকৈ মন্ত্ৰীগৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় দলীয় কৰ্মীয়ে।

News18-Assam
Updated:October 29, 2019, 5:33 PM IST
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী অসুস্থ, গান্ধী সংকল্প যাত্ৰাত অংশ লোৱা অৱস্থাতে ঢলি পৰিল তেলী
ততাতৈয়াকৈ মন্ত্ৰীগৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় দলীয় কৰ্মীয়ে।
News18-Assam
Updated: October 29, 2019, 5:33 PM IST
ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী অসুস্থ। ডিগবৈ বিধানসভা সমষ্টিত গান্ধী সংকল্প যাত্ৰাৰ কাৰ্যসূচীত অংশ লোৱাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ততাতৈয়াকৈ মন্ত্ৰীগৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় দলীয় কৰ্মীয়ে। বৰ্তমান চিকিৎসাধীন হৈ আছে মন্ত্ৰীগৰাকী।
আৰু চাওক পৰৱৰ্তী বাতৰি