দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

বৰঝাৰ বিমানবন্দৰত গৃহ মন্ত্ৰী অমিত শ্বাহক উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

News18-Assam
Updated:September 8, 2019, 12:24 PM IST
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ
FILE PHOTO
News18-Assam
Updated: September 8, 2019, 12:24 PM IST
গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে গৃহ মন্ত্ৰীগৰাকী। বৰঝাৰ বিমানবন্দৰত গৃহ মন্ত্ৰী অমিত শ্বাহক উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে বিজেপিৰ বহু নেতা–কৰ্মীয়ে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি