অৰুণাচললৈ গৃহমন্ত্ৰী অমিত শ্বাহ, ইটানগৰত CAAৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:49 PM IST
অৰুণাচললৈ গৃহমন্ত্ৰী অমিত শ্বাহ, ইটানগৰত CAAৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত অমিত শ্বাহক আদৰণি জনালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত অমিত শ্বাহক আদৰণি জনালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • News18 Assam
  • Last Updated: February 20, 2020, 12:49 PM IST
  • Share this:
আজি অৰুণাচললৈ গৃহমন্ত্ৰী অমিত শ্বাহ। লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰি  হেলিকপ্টাৰে অৰুণাচল প্ৰদেশলৈ যায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত অমিত শ্বাহক আদৰণি জনালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অৰুণাচলত ৰাজ্যিক প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণৰ উদ্দেশ্যে ৰাওনা হৈছে অমিত শ্বাহ। কিন্তু  অমিত শ্বাহৰ আগমনৰ প্ৰাকমুহূৰ্তত ইটানগৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। হাতে হাতে CAA বিৰোধী  প্লে কাৰ্ড লৈ অৰুণাচলবাসীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading