শিৱসাগৰ জিলাৰ বাবে কেন্দ্ৰীয় বাজেটত আছে বিশেষ ঘোষণা

News18 Assam | News18-Assam
Updated:February 1, 2020, 4:35 PM IST
শিৱসাগৰ জিলাৰ বাবে কেন্দ্ৰীয় বাজেটত আছে বিশেষ ঘোষণা
আজি সদনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিছে কেন্দ্ৰীয় বাজেট

আজি সদনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিছে কেন্দ্ৰীয় বাজেট

  • Share this:
আজি সদনত দাখিল কৰা হৈছে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ  বাজেট। বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা। দেশৰ পৰ্যটন বিভাগৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি পাঁচখন প্ৰত্নতাত্ত্বিক স্থানৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিব  চৰকাৰে। তাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে শিৱসাগৰ জিলা।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি