হোজাইৰ কাকীত মহাবিদ্যালয়ৰ গে’টত উৰিল আলফা স্বাধীনৰ পতাকা

News18 Assam | News18-Assam
Updated:November 28, 2019, 10:28 AM IST
হোজাইৰ কাকীত মহাবিদ্যালয়ৰ গে’টত উৰিল আলফা স্বাধীনৰ পতাকা
পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নমাই আনে পতাকাখন।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নমাই আনে পতাকাখন।

  • News18 Assam
  • Last Updated: November 28, 2019, 10:28 AM IST
  • Share this:
হোজাইৰ কাকীত উৰিল আলফা স্বাধীনৰ পতাকা। ১নং কাকী কনিষ্ঠ মহাবিদ্যালয়ৰ গে’টত স্থানীয় লোকে প্ৰত্যক্ষ কৰে আলফা স্বাধীনৰ পতাকাখন। কাকী থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ নিলগত এই ঘটনা। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নমাই আনে পতাকাখন। আলফা স্বাধীনৰ পতাকা উৰাক লৈ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্য।
আৰু চাওক
পৰৱৰ্তী বাতৰি