• Home
  • »
  • News
  • »
  • assam
  • »
  • কুইপৰ দুই অপহৃত বিষয়া দুই এদিনতে উপস্থিত হ'ব স্ব-গৃহত, জনালে মধ্যস্থতাকাৰী কৌশিক ফুকনে

কুইপৰ দুই অপহৃত বিষয়া দুই এদিনতে উপস্থিত হ'ব স্ব-গৃহত, জনালে মধ্যস্থতাকাৰী কৌশিক ফুকনে

বৃহস্পতিবাৰে প্ৰণৱ গগৈৰ ঘৰত উপস্থিত এই কথা জনালে মধ্যস্থতাকাৰী কৌশিক ফুকনে।

বৃহস্পতিবাৰে প্ৰণৱ গগৈৰ ঘৰত উপস্থিত এই কথা জনালে মধ্যস্থতাকাৰী কৌশিক ফুকনে।

বৃহস্পতিবাৰে প্ৰণৱ গগৈৰ ঘৰত উপস্থিত এই কথা জনালে মধ্যস্থতাকাৰী কৌশিক ফুকনে।

  • Share this:
আলফাই মুকলি কৰি দিলে কুইপৰ দুয়োগৰাকী অপহৃত বিষয়াক। দুই-এদিনতে স্বগৃহত উপস্থিত হ'ব অপহৃত প্ৰণৱ গগৈ আৰু ৰাম কুমাৰ। বৃহস্পতিবাৰে প্ৰণৱ গগৈৰ ঘৰত উপস্থিত হৈ এই কথা জনালে মধ্যস্থতাকাৰী কৌশিক ফুকনে।

ইফালে আলফাই মুক্তিপণ বিচৰাতো অপপ্ৰচাৰ । কোনো মুক্তিপণৰ বিনিময়ত হোৱা নাই বিষয়াদ্বয়ৰ মুক্তি। কুইপ'কে ধৰি তৈল প্ৰতিষ্ঠানত অসমীয়া যুৱকৰ কৰ্মসংস্থাপনৰ বিষয়তহে হৈছিল আলোচনা। প্ৰণৱ গগৈৰ বাসগৃহত উপস্থিত হৈ এই বাৰ্তা আলফা -কুইপ'ৰ মধ্যস্থতাকাৰী কৌশিক ফুকনৰ।

ইফালে এই খবৰ লাভ কৰাৰ পিছতে প্ৰণৱ গগৈৰ ঘৰত বৈছে আনন্দৰ বন্যা। কৌশিক ফুকন আৰু আলফা সেনাধ্যক্ষক কৃতজ্ঞতা জনালে প্ৰণৱ গগৈৰ পত্নী, মাতৃ আৰু কন্যাই।
Published by:Himangshu Bhuyan
First published: