• Home
  • »
  • News
  • »
  • assam
  • »
  • কুইপ'ৰ এজন বিষয়াক মুকলি কৰি দিলে আলফা স্বাধীনে, কিন্তু আনজন এতিয়াও আলফাৰ কব্জাত

কুইপ'ৰ এজন বিষয়াক মুকলি কৰি দিলে আলফা স্বাধীনে, কিন্তু আনজন এতিয়াও আলফাৰ কব্জাত

কুইপ'ৰ অপহৃত বিষয়া প্ৰণৱ গগৈৰ মুকলি কৰি দিলে আলফা স্বাধীনে

কুইপ'ৰ অপহৃত বিষয়া প্ৰণৱ গগৈৰ মুকলি কৰি দিলে আলফা স্বাধীনে

কুইপ'ৰ অপহৃত বিষয়া প্ৰণৱ গগৈৰ মুকলি কৰি দিলে আলফা স্বাধীনে

  • Share this:
অৱশেষত কুইপ'ৰ এজন অপহৃত বিষয়াক মুকলি কৰি দিলে আলফা স্বাধীনে। অৰুণাচল- ম্যানমাৰ সীমান্তত মুকলি কৰি দিলে বিষয়াগৰাকীক। অভিযন্তা প্ৰণৱ কুমাৰ গগৈক মুকলি কৰি দিয়াৰ পবিপৰীতে আনজন অপহৃত ৰাম কুমাৰ এতিয়াও আলফা স্বাধীনৰ কব্জাতে আছে। ইতিমধ্যে অৰুণাচলত উপস্থিত হৈছে মধ্যস্থতাকাৰী কৌশিক ফুকন।

উল্লেখ্য যে, যোৱা ২১ ডিচেম্বৰতে অপহৰণ কৰা হৈছিল কুইপ'ৰ দুই বিষয়া ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক।  প্ৰায়  ৩মাহ ১৪দিনৰ মূৰত মুকলি কৰি দিয়া হৈছে বিষয়া দুগৰাকীক। জানিব পৰা মতে,  কিছুসময়ৰ পিছতে  অৰুণাচল আৰক্ষীয়ে বিষয়াগৰাকীক গতাই দিব অসম আৰক্ষীক।
Published by:Himangshu Bhuyan
First published: