উজনি অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বাধীন)ৰ

News18 Assam | News18-Assam
Updated:January 26, 2020, 2:38 PM IST
উজনি অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বাধীন)ৰ
News18লৈ পত্ৰ প্ৰেৰণ কৰি ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে নিষিদ্ধ ঘোষিত সংগঠনটোৱে

News18লৈ পত্ৰ প্ৰেৰণ কৰি ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে নিষিদ্ধ ঘোষিত সংগঠনটোৱে

  • Share this:
অৱশেষত গণৰাজ্য দিৱসৰ দিনা উজনি অসমত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা(স্বাধীন)এ। News18লৈ পত্ৰ প্ৰেৰণ কৰি ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে আলফা(স্বাধীন)এ।



গণৰাজ্য দিৱসৰ দিনা পুৱা সোণাৰি, দুলিয়াজান, ডুমডুমা, ডিব্ৰুগড়ত সংঘটিত হৈছিল বোমা বিস্ফোৰণ।বিস্ফোৰণ কাণ্ড সংঘটিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল। কিন্তু এতিয়া বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা(স্বাধীন)এ।
আৰু চাওক
পৰৱৰ্তী বাতৰি