• Home
  • »
  • News
  • »
  • assam
  • »
  • ৩ মাহ ১৬ দিনৰ অন্তত অপহৃত ৰাম কুমাৰক মুকলি কৰি দিলে আলফা স্বাধীনে

৩ মাহ ১৬ দিনৰ অন্তত অপহৃত ৰাম কুমাৰক মুকলি কৰি দিলে আলফা স্বাধীনে

কুইপ’ৰ বিষয়া ৰাম কুমাৰক নাগালেণ্ডৰ মন জিলাৰ লংগুৱা আন্তঃৰাষ্ট্ৰীয় সীমান্তত মুকলি কৰি দিয়ে আলফা স্বাধীনে।

  • Share this:
প্ৰণৱ কুমাৰ গগৈৰ পিছত এইবাৰ আলফা স্বাধীনে মুকলি কৰি দিলে ৰাম কুমাৰক। ৩ মাহ ১৬ দিনৰ পিছত ম্যানমাৰ সীমান্তৰ ঘন জংঘলত ৰাম কুমাৰক মুকলি কৰি দিয়ে আলফা স্বাধীনে।

কুইপ’ৰ বিষয়া ৰাম কুমাৰক নাগালেণ্ডৰ মন জিলাৰ লংগুৱা আন্তঃৰাষ্ট্ৰীয় সীমান্তত মুকলি কৰি দিয়ে আলফা স্বাধীনে। বৰ্তমান ৩৫নং আছাম ৰাইফলছৰ জিন্মাত আছে ৰাম কুমাৰ ৷ চৰাইদেউৰ আৰক্ষী অধীক্ষকে আছাম ৰাইফলছৰ পৰা চমজি ল'ব ৰাম কুমাৰক।

উল্লেখযোগ্য যে কুইপ’ৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক একেলগে অপহৰণ কৰিছিল আলফা স্বাধীনে। শনিবাৰে প্ৰণৱ কুমাৰ গগৈক মুকলি কৰি দিয়াৰ পিছত সোমবাৰে ৰাম কুমাৰক মুকলি কৰি দিয়া হয়।
Published by:Sanjay Kumar Das
First published: