দুৰ্ধৰ্ষ আলফা কেডাৰৰ আত্মসমৰ্পণ

মণিকান্ত সোণোৱাল ওৰফে আদৰ্শ অসমৰ আত্মসমৰ্পণ। তিনিচুকীয়া আৰক্ষী আৰু সেনাৰ ওচৰত আত্মসমৰ্পণ আলফা কেডাৰৰ।

news18assam
Updated:April 27, 2019, 3:23 PM IST
দুৰ্ধৰ্ষ আলফা কেডাৰৰ আত্মসমৰ্পণ
মণিকান্ত সোণোৱাল ওৰফে আদৰ্শ অসম
news18assam
Updated: April 27, 2019, 3:23 PM IST
‍Breaking: তিনিচুকীয়াত দুৰ্ধৰ্ষ আলফা কেডাৰৰ আত্মসমৰ্পণ। মণিকান্ত সোণোৱাল ওৰফে আদৰ্শ অসমৰ আত্মসমৰ্পণ। আলফা কেডাৰজনৰ ঘৰ কাকপথাৰৰ বৰমাইথঙত। তিনিচুকীয়া আৰক্ষী আৰু সেনাৰ ওচৰত আত্মসমৰ্পণ আলফা কেডাৰৰ। ‘বাৰ্মিজ সেনাৰ আক্ৰমণৰ পিছত দিকবিদিক হেৰাইছে আলফাই।’– আত্মসমৰ্পণ কৰি এই মন্তব্য মণিকান্ত সোণোৱালৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি