তিনিচুকীয়াৰ পেঙেৰীত অস্ত্ৰসহ দুৰ্ধৰ্ষ আলফা কেডাৰ আটক

News18 Assam | News18-Assam
Updated:November 20, 2020, 9:39 AM IST
তিনিচুকীয়াৰ পেঙেৰীত অস্ত্ৰসহ দুৰ্ধৰ্ষ আলফা কেডাৰ আটক
এক গোপন সূত্ৰৰ ভিত্তিত ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীয়ে এই অভিযান চলাই আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰজনক আটক কৰে।

এক গোপন সূত্ৰৰ ভিত্তিত ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীয়ে এই অভিযান চলাই আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰজনক আটক কৰে।

  • Share this:
পেঙেৰীত অস্ত্ৰসহ দুৰ্ধৰ্ষ আলফা কেডাৰ আটক। ভাৰতীয় সেনা আৰু তিনিচুকীয়া জিলা আৰক্ষীৰ এক যুটীয়া অভিযানত মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰীত বুধবাৰে নিশা আটক হয় আলফাৰ স্বাধীনৰ ছেকেণ্ড লেফটেনেণ্ট প্ৰান্তিক অসম। অসম আৰক্ষীয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা নিশ্চিত কৰিছে।

এক গোপন সূত্ৰৰ ভিত্তিত ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীয়ে এই অভিযান চলাই আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰজনক আটক কৰে। দুৰ্ধৰ্ষ আলফা কেডাৰজনৰ পৰা সেনা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হোৱা বুলি সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে।
Published by: Sanjay Kumar Das
First published: November 20, 2020, 9:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading