অৰুণাচলত গ্ৰেপ্তাৰ হোৱা ৰঞ্জন বিকাশ বৰগোহাঁই আমাৰ সংগঠনৰ সদস্য নহয় ৷ আলফা (স্বাধীন)ত তেনে কোনো সদস্য বা কামাণ্ডাৰ নাই ৷ ধৃত বিকাশ চোৰাংচোৱা বাহিনীৰ হৈ কাম কৰা মানুহ হ'ব পাৰে ৷ News18ক জনালে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ৷ সোমবাৰে অৰুণাচল আৰক্ষীৰ SITএ গ্ৰেপ্তাৰ কৰিছিল ৰঞ্জন বিকাশক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 20, 2019, 19:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।