অৰুণাচলত গ্ৰেপ্তাৰ হোৱা ৰঞ্জন বিকাশ বৰগোহাঁই আলফা(স্ব)ৰ সদস্য নহয়

News18-Assam
Updated:November 20, 2019, 7:52 PM IST
অৰুণাচলত গ্ৰেপ্তাৰ হোৱা ৰঞ্জন বিকাশ বৰগোহাঁই আলফা(স্ব)ৰ সদস্য নহয়
News18ক জনালে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই

News18ক জনালে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই

  • Share this:
অৰুণাচলত গ্ৰেপ্তাৰ হোৱা ৰঞ্জন বিকাশ বৰগোহাঁই আমাৰ সংগঠনৰ সদস্য নহয় ৷ আলফা (স্বাধীন)ত তেনে কোনো সদস্য বা কামাণ্ডাৰ নাই ৷ ধৃত বিকাশ চোৰাংচোৱা বাহিনীৰ হৈ কাম কৰা মানুহ হ'ব পাৰে ৷ News18ক জনালে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ৷ সোমবাৰে অৰুণাচল আৰক্ষীৰ SITএ গ্ৰেপ্তাৰ কৰিছিল ৰঞ্জন বিকাশক।
আৰু চাওক
পৰৱৰ্তী বাতৰি