দূৰ্গোৎসৱৰ মাজতে তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সাফল্য,আটক দুধৰ্ষ আলফা সদস্য

তিনিচুকীয়া আৰক্ষী সহ ২১০ কোব্ৰা , ২৩ পাঞ্জাৱ ৰেজিমেন্ট আৰু ২১ পেৰা চিকিউৰিটি ফৰ্চে যুটীয়া অভিযান চলাই আটক কৰে কেডাৰ গৰাকীক

News18-Assam
Updated:October 8, 2019, 10:27 PM IST
দূৰ্গোৎসৱৰ মাজতে তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সাফল্য,আটক দুধৰ্ষ আলফা সদস্য
তিনিচুকীয়া আৰক্ষী সহ ২১০ কোব্ৰা , ২৩ পাঞ্জাৱ ৰেজিমেন্ট আৰু ২১ পেৰা চিকিউৰিটি ফৰ্চে যুটীয়া অভিযান চলাই আটক কৰে কেডাৰ গৰাকীক
News18-Assam
Updated: October 8, 2019, 10:27 PM IST
তিনিচুকীয়াৰ পেঙেৰী থানাৰ অন্তৰ্গত তৰাণী চিকৰাজানত আটক এক দুধৰ্ষ আলফা সদস্য। গোপন খৱৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষী সহ ২১০ কোব্ৰা , ২৩ পাঞ্জাৱ ৰেজিমেন্ট আৰু ২১ পেৰা চিকিউৰিটি ফৰ্চে যুটীয়া অভিযান চলাই আটক কৰে কেডাৰ গৰাকীক ।  আটকাধীন সদস্য গৰাকী ডিগবৈ থানাৰ অন্তৰ্গত মাজ মামৰণিৰ শব্দ অসম ওৰফে জংকী বৰা ।

আটক কৰাৰ সময়ত কেডাৰ গৰাকীৰ পৰা দুডাল ইলেকট্ৰিক ডিটনেটৰ , ২ আ ই ডি চাৰ্কিট , ৯.৬ ভল্টৰ তিনিটা বেটাৰী , এটা বেটাৰী ৰিমট কন্ট্ৰল , ১২ কেজি TNT , টৰ্চ , বেগ আদি জব্দ কৰে সেনা আৰক্ষীয়ে ।
আৰু চাওক পৰৱৰ্তী বাতৰি