মুখ্যপৃষ্ঠা »খবৰ »অসম »ULB Militants Nabbed : আৰক্ষীৰ জালত নৱগঠিত ULBৰ কমাণ্ডাৰ, পূৰ্বে NDFB(S) গোটৰ সদস্য আছিল দুৰ্ধৰ্ষ ৰিংখাং মুছাহাৰী

ULB Militants Nabbed : আৰক্ষীৰ জালত নৱগঠিত ULBৰ কমাণ্ডাৰ, পূৰ্বে NDFB(S) গোটৰ সদস্য আছিল দুৰ্ধৰ্ষ ৰিংখাং মুছাহাৰী

ULB Militants Nabbed : চিৰাঙৰত গ্ৰেপ্তাৰ নৱগঠিত ULBৰ জিলা কমাণ্ডাৰ ৰিংখাং মুছাহাৰী ওৰফে বি ৰৈৰব।

ULB Militants Nabbed : চিৰাঙৰত গ্ৰেপ্তাৰ নৱগঠিত ULBৰ জিলা কমাণ্ডাৰ ৰিংখাং মুছাহাৰী ওৰফে বি ৰৈৰব।

ULB Militants Nabbed : চিৰাঙৰত গ্ৰেপ্তাৰ নৱগঠিত ULBৰ জিলা কমাণ্ডাৰ ৰিংখাং মুছাহাৰী ওৰফে বি ৰৈৰব।

  • Share this:
চিৰাঙত আটক ইউ এল বি (ULB)ৰ জিলা কমাণ্ডাৰ ৷ চিৰাং জিলা আৰক্ষীৰ অভিযানত আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত দৈচুমগুৰি গাঁৱৰ পৰা গ্ৰেপ্তাৰ ULBৰ জিলা কামাণ্ডাৰ জনক। ধৃত নৱগঠিত ULBৰ জিলা কামাণ্ডাৰ জন ৰিংখাং মুছাহাৰী ওৰফে বি ৰৈৰব।

উল্লেখ যে ধৃত ULBৰ জিলা কমাণ্ডাৰ জন পূৰ্বতে NDFB (S) গোটৰ সদস্য আছিল আৰু ২০১৫ চনত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল। পৰবৰ্তী সময়ত ULB নামৰ সশস্ত্ৰ উগ্ৰপন্থী সংগঠনটোৰ কমাণ্ডাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ৰিংখাং মুছাহাৰীয়ে।

শেহতীয়া বাতৰি