• Home
  • »
  • News
  • »
  • assam
  • »
  • ইউক্ৰেইনৰ পৰা সুকলমে ঘৰলৈ উভতিল বঙাইগাঁৱৰ ছাত্ৰ ! যুদ্ধৰ সময়ত ইউক্ৰেইনৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিলে ছাত্ৰগৰাকীয়ে ...

ইউক্ৰেইনৰ পৰা সুকলমে ঘৰলৈ উভতিল বঙাইগাঁৱৰ ছাত্ৰ ! যুদ্ধৰ সময়ত ইউক্ৰেইনৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিলে ছাত্ৰগৰাকীয়ে ...

ইউক্ৰেইনৰ (Ukraine) পৰা সুকলমে নিজ ঘৰলৈ উভতিল বঙাইগাঁৱৰ স্বাসত্বিক ৰাজ ৷ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ (Medical Student) স্বাসত্বিক ৰাজ ইউক্ৰেইনত আৱদ্ধ হৈ থকাৰ পিছত অৱশেষত নিজ গৃহত সুকলমে আহি উপস্থিত হয় ৷

  • Share this:

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ কথা, ভয়ংকৰ অভিজ্ঞতাৰ বিষয়ে স্বসত্বিক ৰাজে নিউজ ১৮ অসমৰ আগত বৰ্ণনা কৰে ৷ দেশখনৰ কিয়েভ চহৰত মিছাইল আক্ৰমণৰ লগতে বোমাবৰ্ষণ , গুলিয়াগুলী আদি প্ৰত্যক্ষ কৰা স্বাসস্তিক ৰাজে ভোকে লঘোণে বাংকাৰত দিন কটোৱাৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা সদৰি কৰে ৷ আনহাতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰজনসহ ভাৰতীয় ছাত্ৰৰ দলে বাছত ভাৰতীয় পতাকা আৰি কথমপি ইউক্ৰেইনৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা বুলি জানিব দিছে ৷ ছাত্ৰজনে ভাৰত চৰকাৰে ইউক্ৰেইনত উদ্ধাৰৰ বাবে লোৱা পদক্ষেপক শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি