News18-Assam Updated:August 25, 2019, 8:08 AM IST
দু্ঘটনাত গুৰুতৰ ভাবে আহত এজন
দু্ঘটনাত গুৰুতৰ ভাবে আহত এজন
ওদালগুৰিৰ হাতীগড় যোৰাপুখুৰীত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। দু্ঘটনাত থিতাতে নিহত হয় এজন লোকৰ। মাৰুতি গাড়ীয়ে মহটিয়াই নিয়ে এগৰাকী চাইকেল আৰোহীক। নিহত যুৱকজনৰ নাম পিন্তুচ তপ্প বুলি জানিব পৰা গৈছে। দু্ঘটনাত গুৰুতৰ ভাবে আহত হৈছে জৰ্জ কিনডো নামৰ অন্য এগৰাকী যুৱক। আহত জৰ্জ কিনডোক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা