বোকাজানত সৰস্বতী পূজাৰ মূৰ্তি বিসৰ্জন দিবলৈ গৈ ধনশিৰিত উটি গ’ল দুই যুৱক

News18 Assam | News18-Assam
Updated:February 1, 2020, 10:38 AM IST
বোকাজানত সৰস্বতী পূজাৰ মূৰ্তি বিসৰ্জন দিবলৈ গৈ ধনশিৰিত উটি গ’ল দুই যুৱক
স্থানীয় লোক আৰু মাছমৰীয়াসকলে নৈৰ বুকুত যুৱক দুজনৰ সন্ধানত অভিযান চলাইছে যদিও এইপৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই।

স্থানীয় লোক আৰু মাছমৰীয়াসকলে নৈৰ বুকুত যুৱক দুজনৰ সন্ধানত অভিযান চলাইছে যদিও এইপৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই।

  • Share this:
বোকাজানত সৰস্বতী পূজাৰ মূৰ্তি বিসৰ্জন দিবলৈ গৈ ধনশিৰি নৈদ উটি গ’ল দুই যুৱক। সন্ধানহীন যুৱক দুজন লাহৰিজানৰ লক্ষ্মীকান্ত যাদৱ আৰু ডিমাপুৰৰ ৰোহিত শৰ্মা। শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা। স্থানীয় লোক আৰু মাছমৰীয়াসকলে নৈৰ বুকুত যুৱক দুজনৰ সন্ধানত অভিযান চলাইছে যদিও এইপৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি