সৰভোগত ৰাস চাবলৈ গৈ দুৰ্ঘটনাত মৃত্যু দুই যুৱকৰ, এজন গুৰুতৰভাৱে আহত

News18-Assam
Updated:November 22, 2019, 7:29 AM IST
সৰভোগত ৰাস চাবলৈ গৈ দুৰ্ঘটনাত মৃত্যু দুই যুৱকৰ, এজন গুৰুতৰভাৱে আহত
নিহত–আহত তিনিওৰে ঘৰ বিজনীত। দুৰ্ঘটনাৰ পিছতে ট্ৰেক্টৰ এৰি পলায়ন কৰে চালকজনে।

নিহত–আহত তিনিওৰে ঘৰ বিজনীত। দুৰ্ঘটনাৰ পিছতে ট্ৰেক্টৰ এৰি পলায়ন কৰে চালকজনে।

  • Share this:
সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰেক্টৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত নিহত হয় ২ যুৱক। নিহত বাইক আৰোহী সঞ্জয় দাস আৰু শুভাংকৰ মালাকাৰ। প্ৰকাশ দাস নামৰ এজন গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। আহত যুৱকজনক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। বাইকেৰে ৰাস চাবলৈ হাউলীলৈ গৈছিল নিহত যুৱক দুজন। নিহত–আহত তিনিওৰে ঘৰ বিজনীত। দুৰ্ঘটনাৰ পিছতে ট্ৰেক্টৰ এৰি পলায়ন কৰে চালকজনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি