মুখ্যপৃষ্ঠা » খবৰ

» অসম

»পূজাৰ আনন্দৰ মাজতে বঙাইগাঁৱত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত দুই যুৱক

পূজাৰ আনন্দৰ মাজতে বঙাইগাঁৱত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত দুই যুৱক

News18 Assam | News18-Assam
Updated:October 14, 2021, 8:27 AM IST
পূজাৰ আনন্দৰ মাজতে বঙাইগাঁৱত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত দুই যুৱক
দুৰ্ঘটনাৰ পিছতে দুয়োকে ১০৮ সেৱাৰ বাহনৰে চিকিৎসালয় লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

দুৰ্ঘটনাৰ পিছতে দুয়োকে ১০৮ সেৱাৰ বাহনৰে চিকিৎসালয় লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

  • Share this:
দুৰ্গোৎসৱৰ আনন্দৰ মাজতে নিশা বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। খাৰিজা দোলাইগাঁৱত ট্ৰেক্টৰ আৰু বাইকৰ সংঘৰ্ষৰ ফলত নিহত হয় দুই যুৱক৷ নিহতদ্বয় ৰাতুল মুছাহাৰী আৰু নিজম বসুমতাৰী৷ ৰাতুল মুছাহাৰীৰ ঘৰ ছাপাগুৰি আৰু নিজম বসুমতাৰীৰ আমটেকাত বুলি জানিব পৰা গৈছে৷ দুয়ো কলেজীয়া ছাত্ৰ আছিল। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে দুয়োকে ১০৮ সেৱাৰ বাহনৰে চিকিৎসালয় লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
Published by: Sanjay Kumar Das
First published: October 14, 2021, 8:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি