মহানগৰীত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীৰ জালত ২ যুৱক

সম্প্ৰতি বশিষ্ঠ আৰক্ষীৰ জিম্মাত আছে দুয়োজন যুৱক।

News18-Assam
Updated:July 30, 2019, 7:17 AM IST
মহানগৰীত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীৰ জালত ২ যুৱক
সম্প্ৰতি বশিষ্ঠ আৰক্ষীৰ জিম্মাত আছে দুয়োজন যুৱক।
News18-Assam
Updated: July 30, 2019, 7:17 AM IST
মহানগৰীৰ জয়ানগৰত ড্ৰাগছসহ ২ যুৱকক গ্ৰেপ্তাৰ। নিশা অপৰাধ অনুসন্ধান শাখাৰ অভিযানত গ্ৰেপ্তাৰ হয় হীৰক চৌধুৰী আৰু বিকি ফাংছ’ নামৰ যুৱক দুজন। দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। ধৃত যুৱক দুজনৰ ঘৰ মহানগৰীৰ পাঞ্জাবাৰীত। ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীয়ে কৰায়ত্ত কৰে দুয়োকে। সম্প্ৰতি বশিষ্ঠ আৰক্ষীৰ জিম্মাত আছে দুয়োজন যুৱক। দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আহিছিল দুয়ো।
আৰু চাওক পৰৱৰ্তী বাতৰি