হিমন্ত বিশ্ব শৰ্মাক ছচিয়েল মিডিয়াযোগে হত্যাৰ ভাবুকি দিয়া দুজনক গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:September 18, 2020, 4:15 PM IST
হিমন্ত বিশ্ব শৰ্মাক ছচিয়েল মিডিয়াযোগে হত্যাৰ ভাবুকি দিয়া দুজনক গ্ৰেপ্তাৰ
হাজোৰ তাপাবৰিত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে দুয়ো যুৱকক।

হাজোৰ তাপাবৰিত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে দুয়ো যুৱকক।

  • News18 Assam
  • Last Updated: September 18, 2020, 4:15 PM IST
  • Share this:
মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক ফেচবুকত হত্যাৰ ভাবুকি দিয়া দুই যুৱক হাজো আৰক্ষীৰ জালত। আকতাৰ আলী আৰু ৰমজান আলীক গ্ৰেপ্তাৰ কৰিছে হাজো আৰক্ষীয়ে। হাজোৰ তাপাবৰিত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে দুয়ো যুৱকক। আকতাৰ আলী আৰু ৰমজান আলীক জেৰা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে। উল্লেখ্য যে, হত্যাৰ ভাবুকিৰ পিছতে উত্তৰ হাজো আৰু হাজো মণ্ডল বিজেপিয়ে হাজো থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ।
Published by: Sanjay Kumar Das
First published: September 18, 2020, 4:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading