
২০১৯ৰ ১১ ডিচেম্বৰৰ দিনটোতে সংসদত পাছ হৈছিল বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক।
২০১৯ৰ ১১ ডিচেম্বৰৰ দিনটোতে সংসদত পাছ হৈছিল বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক।
আকৌ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ। শনিবাৰে গুৱাহাটী মহানগৰীৰ ৰাজপথত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদী সমদল ওলিয়াই অসম জাতীয় পৰিষদে।
উল্লেখ্য যে, ২০১৯ৰ আজিৰ দিনটোতে সংসদত পাছ হৈছিল বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন। বিতৰ্কিত আইনখন জাপি দিয়াৰ প্ৰতিবাদত আজিৰ দিনটোক ক'লা দিৱস হিচাপে অভিহিত কৰে আছু সহ উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাই। আজি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে ক'লা পতাকা উৰুৱাই নেছুৱে। সেইদৰে অসমৰ প্ৰতিখন জিলাতে আছুৱে কা' বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|