ডিব্ৰুগড়ত দ্ৰুতবেগী বাহনৰ খুন্দাত মৃত্যু প্ৰাতঃভ্ৰমণলৈ যোৱা দুই মহিলাৰ

মৃত মহিলা দুগৰাকীৰ নাম জোনালী দত্ত আৰু মিনু গগৈ।

News18-Assam
Updated:September 22, 2019, 11:29 AM IST
ডিব্ৰুগড়ত দ্ৰুতবেগী বাহনৰ খুন্দাত মৃত্যু প্ৰাতঃভ্ৰমণলৈ যোৱা দুই মহিলাৰ
মৃত মহিলা দুগৰাকীৰ নাম জোনালী দত্ত আৰু মিনু গগৈ।
News18-Assam
Updated: September 22, 2019, 11:29 AM IST
ডিব্ৰুগড়ৰ বৈৰাগীমঠত পুৱাই সংঘটিত হ’ল এক শোকাৱহ পথ দুৰ্ঘটনা। প্ৰাতঃভ্ৰমণলৈ যোৱা দুই মহিলাক মহতিয়াই নিলে এখন দ্ৰুতবেগী মাৰুতি জেনে। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় মহিলা দুগৰাকীৰ। মৃত মহিলা দুগৰাকীৰ নাম জোনালী দত্ত আৰু মিনু গগৈ। আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন। নিহত মহিলা দুগৰাকীৰ ঘৰ এ এছ ই বি থাৰ্মেলত। পুৱা প্ৰায় ৫.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি