মহানগৰীৰ প্ৰিন্স হোটেলত দুই মহিলাক আটক, কিয় বুক কৰিছিল হোটেলৰ কোঠা?

আৰক্ষীয়ে আটক কৰা মহিলা দুগৰাকীৰ ঘৰ দুলীয়াজানত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

News18-Assam
Updated:October 23, 2019, 8:30 AM IST
মহানগৰীৰ প্ৰিন্স হোটেলত দুই মহিলাক আটক, কিয় বুক কৰিছিল হোটেলৰ কোঠা?
আৰক্ষীয়ে আটক কৰা মহিলা দুগৰাকীৰ ঘৰ দুলীয়াজানত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
News18-Assam
Updated: October 23, 2019, 8:30 AM IST
মহানগৰীৰ পল্টন বজাৰৰ প্ৰিন্স হোটেলত আটক ২ মহিলাক। নাৰী দেহ ব্যৱসায় চক্ৰৰে জড়িত থকাৰ সন্দেহত আটক মহিলা দুগৰাকীক। মঙলবাৰে হোটেলখনৰ এটা কোঠা বুক কৰিছিল মহিলা দুগৰাকীয়ে। আৰক্ষীয়ে আটক কৰা মহিলা দুগৰাকীৰ ঘৰ দুলীয়াজানত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।



আৰু চাওক পৰৱৰ্তী বাতৰি