ডুমডুমাত অস্ত্ৰসহ জালত আলফাৰ ২ অভাৰ গ্ৰাউণ্ড কৰ্মকৰ্তা

গ্ৰেপ্তাৰ হোৱা যুৱক দুজনৰ নাম জয়প্ৰকাশ সুহান আৰু সঞ্জয় যাদৱ।

News18-Assam
Updated:July 1, 2019, 5:37 PM IST
ডুমডুমাত অস্ত্ৰসহ জালত আলফাৰ ২ অভাৰ গ্ৰাউণ্ড কৰ্মকৰ্তা
গ্ৰেপ্তাৰ হোৱা যুৱক দুজনৰ নাম জয়প্ৰকাশ সুহান আৰু সঞ্জয় যাদৱ।
News18-Assam
Updated: July 1, 2019, 5:37 PM IST
তিনিচুকীয়াৰ ডুমডুমাত অস্ত্ৰসহ সেনা–আৰক্ষীৰ জালত পৰিছে দুই যুৱক। আলফাৰ হৈ কাম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে যুৱক দুজনক। ধৃত যুৱক দুজনৰ পৰা এটা .22 পিষ্টল আৰু তিনি জাঁই সজীৱ গুলী জব্দ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা যুৱক দুজনৰ নাম জয়প্ৰকাশ সুহান আৰু সঞ্জয় যাদৱ। সেনাৰ ২৩ পঞ্জাব ৰেজিমেণ্ট আৰু ডুমডুমা আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা আটক কৰিছে দুয়োকে। আলফাৰ দুয়োটা লিংকমেনে জিলাখনত ধন সংগ্ৰহত জড়িতৰ অভিযোগ সেনা–আৰক্ষীৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি