কাকপথাৰত পিষ্টলসহ দুই যুৱকক আটক, কি কৰিছিল এই দুই যুৱকে?

ধৃত যুৱক দুজন বৰডিৰাকৰ ৰুবুল মৰাণ আৰু টেঙাপানীৰ প্ৰশান্ত মৰাণ।

News18-Assam
Updated:November 6, 2019, 11:44 AM IST
কাকপথাৰত পিষ্টলসহ দুই যুৱকক আটক, কি কৰিছিল এই দুই যুৱকে?
ধৃত যুৱক দুজন বৰডিৰাকৰ ৰুবুল মৰাণ আৰু টেঙাপানীৰ প্ৰশান্ত মৰাণ।
News18-Assam
Updated: November 6, 2019, 11:44 AM IST
কাকপথাৰৰৰ কাচিজানত অস্ত্ৰসহ দুই যুৱকক আটক। আলফা স্বাধীনৰ লিংকমেনৰ সন্দেহত আটক যুৱক দুজনক। ভাৰতীয় সেনাই আটক কৰি টঙনা আৰক্ষীক চমজাই দিয়ে দুয়োকে। ধৃত যুৱক দুজন বৰডিৰাকৰ ৰুবুল মৰাণ আৰু টেঙাপানীৰ প্ৰশান্ত মৰাণ। যুৱক দুজনৰ পৰা এটা পিষ্টল, এখন আলফা স্বাধীনৰ পেইড, এখন ছুৰী আৰু দুটা ম’বাইল ফোন জব্দ কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি