তিনিচুকীয়াত আলফা স্বাধীনৰ দুই দুৰ্ধৰ্ষ সদস্যৰ আত্মসমৰ্পণ

আত্মসমৰ্পণ কৰা আলফা স্বাধীনৰ সদস্য দুজন ধেমাজিৰ প্ৰণৱজ্যোতি বৰা ওৰফে ৰিদীপ অসম আৰু শদিয়াৰ অমৰপুৰৰ ৰোহিত কুলী ওৰফে পল অসম।

News18-Assam
Updated:August 7, 2019, 8:44 AM IST
তিনিচুকীয়াত আলফা স্বাধীনৰ দুই দুৰ্ধৰ্ষ সদস্যৰ আত্মসমৰ্পণ
আত্মসমৰ্পণ কৰা আলফা স্বাধীনৰ সদস্য দুজন ধেমাজিৰ প্ৰণৱজ্যোতি বৰা ওৰফে ৰিদীপ অসম আৰু শদিয়াৰ অমৰপুৰৰ ৰোহিত কুলী ওৰফে পল অসম।
News18-Assam
Updated: August 7, 2019, 8:44 AM IST
তিনিচুকীয়াত আলফা স্বাধীনৰ দুই দুৰ্ধৰ্ষ সদস্যৰ আত্মসমৰ্পণ। পেঙেৰীৰ টেকেৰী গাঁৱত আত্মসমৰ্পণ আলফা স্বাধীনৰ সদস্য দুজনৰ। গোপন সূত্ৰৰ তথ্য অনুসৰি, আৰক্ষী, সেনা আৰু চি আৰ পি এফৰ যুটীয়া অভিযানত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় আলফা স্বাধীনৰ দুয়োগৰাকী কেডাৰে। আত্মসমৰ্পণ কৰা আলফা স্বাধীনৰ সদস্য দুজন ধেমাজিৰ প্ৰণৱজ্যোতি বৰা ওৰফে ৰিদীপ অসম আৰু শদিয়াৰ অমৰপুৰৰ ৰোহিত কুলী ওৰফে পল অসম। আত্মসমৰ্পণৰ সময়ত সদস্য দুজনে জমা দিয়ে দুটা চাইনীজ গ্ৰেনেড।
আৰু চাওক পৰৱৰ্তী বাতৰি