• Home
  • »
  • News
  • »
  • assam
  • »
  • অৱশেষত বিদ্যালয়খন চৰকাৰীকৰণ হ'ল ! কিন্তু বিনা বেতনেৰে ৩৩ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে দুই শিক্ষাগুৰুৱে ...

অৱশেষত বিদ্যালয়খন চৰকাৰীকৰণ হ'ল ! কিন্তু বিনা বেতনেৰে ৩৩ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে দুই শিক্ষাগুৰুৱে ...

অৱশেষত বিদ্যালয়খন চৰকাৰীকৰণ হ'ল। কিন্তু চৰকাৰী বেতনহে লাভ নকৰিলে দুই শিক্ষক শিক্ষীয়ত্ৰীয়ে। বিনা বেতনেৰে ৩৩ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে দুই শিক্ষাগুৰুৱে।

  • Share this:
    অৱশেষত বিদ্যালয়খন চৰকাৰীকৰণ হ'ল। কিন্তু চৰকাৰী বেতনহে লাভ নকৰিলে দুই শিক্ষক শিক্ষীয়ত্ৰীয়ে। বিনা বেতনেৰে ৩৩ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে দুই শিক্ষাগুৰুৱে।

    আজি পৱিত্ৰ শিক্ষক দিৱস। সমগ্ৰ ৰাজ্যৰ বিদ্যালয় সমূহত পালন কৰা হৈছে শিক্ষক দিৱস। তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত শ্ৰীপুৰীয়াস্থিত তিনিচুকীয়া উচ্চ মাধ্যমিক বিদ্যালয়খনত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে পালন কৰিছে শিক্ষক দিৱস। আজিৰ এই পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতে এইখন  বিদ্যালয়ৰ দুজন শিক্ষক শিক্ষয়িত্ৰীয়ে বিনা বেতনেৰে ৩৩ বছৰে শিক্ষা দান কৰি অৱসৰ গ্ৰহণ কৰিলে ।১৯৮৬ চনত স্থাপিত এই বিদ্যালয় খনৰ এই গৰাকী প্ৰধান শিক্ষয়িত্ৰী লক্ষী বুঢ়া গোহাঁই, যোৱা ৩৩ টা বছৰে বিনা বেতনেৰে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে।তাৰ সমান্তৰালভাৱে বিদ্যালয়খনৰে সহ শিক্ষক মৃগেন গগৈও নিজৰ পৰিয়ালৰ কথা চিন্তা নকৰি বিনা বেতনেৰে শিক্ষকতা কৰিএইখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। আজি শিক্ষক দিৱসৰ দিনাই দুই গৰাকী শিক্ষক শিক্ষয়িত্ৰীক,প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ লগতে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে বিদায় জনায়।নিজৰ প্ৰিয় শিক্ষাগুৰুক বিদায় দিয়া উচুপি উঠিল প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল। অৱশেষত বিদ্যালয়খন চৰকাৰীকৰণ হ'ল। কিন্তু চৰকাৰী বেতনহে লাভ নকৰিলে দুই শিক্ষক শিক্ষীয়ত্ৰীয়ে। বিনা বেতনেৰে ৩৩ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে দুই শিক্ষাগুৰুৱে।
    Published by:Kokil Sarma
    First published:

    শেহতীয়া বাতৰি