জালত পৰিছে ইজনৰ পিছত সিজন জেহাদী! নলবাৰী আৰু হাউলীৰ পৰা আৰু দুজনক আটক

ভেবলা বড়ো চ’কত ছফিকুলৰ আছে এখন নাৰ্ছাৰী। নাৰ্ছাৰীৰ পিছফালে থকা ঘৰৰ পৰা বৰপেটা আৰক্ষীয়ে আটক কৰে ছফিকুলক।

News18-Assam
Updated:August 4, 2019, 12:05 PM IST
জালত পৰিছে ইজনৰ পিছত সিজন জেহাদী! নলবাৰী আৰু হাউলীৰ পৰা আৰু দুজনক আটক
ছফিকুল ইছলাম
News18-Assam
Updated: August 4, 2019, 12:05 PM IST
জেহাদীৰ সন্দেহত আৰু দুজন যুৱকক আটক। নলবাৰী আৰু হাউলীৰ পৰা আৰক্ষীয়ে আটক কৰে যুৱক দুজনক। নলবাৰীৰ কাপলাবাড়ীৰ ভেবলা বড়ো চ’কৰ পৰা আটক ছফিকুল ইছলাম নামৰ যুৱকজনক। ভেবলা বড়ো চ’কত ছফিকুলৰ আছে এখন নাৰ্ছাৰী। নাৰ্ছাৰীৰ পিছফালে থকা ঘৰৰ পৰা বৰপেটা আৰক্ষীয়ে আটক কৰে ছফিকুলক। আনহাতে, হাউলীৰ পৰা আটক আন এজন যুৱকক। ধৃত যুৱকজনৰ নাম ডানেছ বুলি জানিব পৰা গৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি