• Home
  • »
  • News
  • »
  • assam
  • »
  • জেহাদী সন্দেহত পুনৰ দুজনক গ্ৰেপ্তাৰ, গোৱালপাৰাত গ্ৰেপ্তাৰ হ’ল মছজিদৰ ইমাম

জেহাদী সন্দেহত পুনৰ দুজনক গ্ৰেপ্তাৰ, গোৱালপাৰাত গ্ৰেপ্তাৰ হ’ল মছজিদৰ ইমাম

সন্দেহজনক কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ দুয়োকে।

সন্দেহজনক কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ দুয়োকে।

সন্দেহজনক কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ দুয়োকে।

  • Share this:
পুনৰ আৰক্ষীৰ জালত জেহাদী! জেহাদীৰ সন্দেহত গোৱালপাৰাত ইমামৰ বেশত থকা এজনক গ্ৰেপ্তাৰ। কোদালধোৱা মছজিদৰ ইমাম শোভান আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মাটিয়া অঞ্চলৰ পৰা আন এটা জেহাদীকো গ্ৰেপ্তাৰ। আনছাৰুল্লাহ বাংলা টীমৰ সদস্য বুলি সন্দেহ। সন্দেহজনক কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ দুয়োকে।
Published by:Sanjay Kumar Das
First published: