• Home
  • »
  • News
  • »
  • assam
  • »
  • Rhino tranquilized in Nazira : নাজিৰাত এসপ্তাহ ধৰি ত্ৰাসৰ সৃষ্টি কৰিছে দুটা গঁড়ে, অৱশেষত বন বিভাগে কৰিলে ট্ৰেংকুলাইজ

Rhino tranquilized in Nazira : নাজিৰাত এসপ্তাহ ধৰি ত্ৰাসৰ সৃষ্টি কৰিছে দুটা গঁড়ে, অৱশেষত বন বিভাগে কৰিলে ট্ৰেংকুলাইজ

বন বিভাগে প্ৰথমে এটা গঁড় ট্ৰেংকুইলাইজ কৰাৰ পিছত আনটো গঁড়ৰ সন্ধান লাভ কৰাৰ বাবে ড্ৰোণ কেমেৰাৰ সহায় লয়। আনটো গঁড়ৰ সন্ধান লাভ কৰি অৱশেষত সেইটোকো ট্ৰেংকুলাইজ কৰে৷

  • Share this:
বিগত কেইবাটাও দিন ধৰি শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত ত্ৰাসৰ সৃষ্টি কৰা দুটা গঁড়ক আজি নাজিৰাৰ লিগিৰীপুখুৰী অঞ্চলত ট্ৰেংকুলাইজ কৰা হয়। ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু বন বিভাগৰ ৩ জনীয়া চিকিৎসকৰ দলে গঁড় দুটাক ট্ৰেংকুলাইজ কৰে।
ট্ৰেংকুলাইজ কৰা গঁড় দুটাক পুনৰ সংস্থাপনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হ’ব।

বন বিভাগে প্ৰথমে এটা গঁড় ট্ৰেংকুইলাইজ কৰাৰ পিছত আনটো গঁড়ৰ সন্ধান লাভ কৰাৰ বাবে ড্ৰোণ কেমেৰাৰ সহায় লয়। আনটো গঁড়ৰ সন্ধান লাভ কৰি অৱশেষত সেইটোকো ট্ৰেংকুলাইজ কৰে৷

উল্লেখযোগ্য যে বিগত এটা সপ্তাহ ধৰি গঁড় দুটাই জিলাখনৰ বিভিন্ন জনাঞ্চলত প্ৰৱেশ কৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল। বন বিভাগৰ সূত্ৰই খাদ্যৰ সন্ধানত গঁড় দুটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই অহা বুলি সন্দেহ কৰিছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি