গোৱালপাৰাত ৰে’লৰ খুন্দাত মৃত্যু দুই আৰক্ষী জোৱানৰ

সেঁতুৰ নিৰাপত্তাৰ দায়িত্বত আছিল দুয়োজন আৰক্ষী জোৱান।

News18-Assam
Updated:August 9, 2019, 7:19 AM IST
গোৱালপাৰাত ৰে’লৰ খুন্দাত মৃত্যু দুই আৰক্ষী জোৱানৰ
সেঁতুৰ নিৰাপত্তাৰ দায়িত্বত আছিল দুয়োজন আৰক্ষী জোৱান।
News18-Assam
Updated: August 9, 2019, 7:19 AM IST
গোৱালপাৰাৰ নৰনাৰায়ণ সেঁতুত সংঘটিত হ’ল এক কৰুণ ঘটনা। ৰে’লৰ খুন্দাত মৃত্যু হয় দুজন আৰক্ষী জোৱানৰ। সেঁতুৰ নিৰাপত্তাৰ দায়িত্বত আছিল দুয়োজন আৰক্ষী জোৱান। নিহত আৰক্ষী জোৱান দুজনৰ নাম কৰণধৰ নাথ আৰু আব্দুল কালাম আজাদ।
আৰু চাওক পৰৱৰ্তী বাতৰি