ওদালগুৰি আৰক্ষী, মাজবাট আৰক্ষী আৰু সেনা বাহিনীৰ যুটীয়া অভিযানত জালত পৰে চোৰাং চিকাৰী দুটা।
ওদালগুৰি আৰক্ষী, মাজবাট আৰক্ষী আৰু সেনা বাহিনীৰ যুটীয়া অভিযানত জালত পৰে চোৰাং চিকাৰী দুটা।
ওদালগুৰি জিলাৰ মাজবাটত দুই চোৰাং চিকাৰীক আটক কৰে আৰক্ষীয়ে। ধৃত চিকাৰী দুটা ৰৌতা মাজুলীৰ চুমেল বসুমতাৰী আৰু ৰিমানদা দৈমাৰী। ওদালগুৰি আৰক্ষী, মাজবাট আৰক্ষী আৰু সেনা বাহিনীৰ যুটীয়া অভিযানত জালত পৰে চোৰাং চিকাৰী দুটা। চিকাৰী দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত সেনা–আৰক্ষীয়ে লামাবাৰীত উৎখাত কৰে অস্ত্ৰ–শস্ত্ৰ নিৰ্মাণৰ কাৰখানা। কাৰখানাটোৰ পৰা জব্দ বহু পৰিমাণৰ হস্তনিৰ্মিত অস্ত্ৰ–শস্ত্ৰ। কাৰখানাৰ স্বত্বাধিকাৰী দণ্ডা দৈমাৰী পলাতক।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube, Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|