உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ওদালগুৰিত অস্ত্ৰ–শস্ত্ৰসহ জালত দুই চোৰাং চিকাৰী

    ওদালগুৰিত অস্ত্ৰ–শস্ত্ৰসহ জালত দুই চোৰাং চিকাৰী

    ওদালগুৰি আৰক্ষী, মাজবাট আৰক্ষী আৰু সেনা বাহিনীৰ যুটীয়া অভিযানত জালত পৰে চোৰাং চিকাৰী দুটা।

    ওদালগুৰি আৰক্ষী, মাজবাট আৰক্ষী আৰু সেনা বাহিনীৰ যুটীয়া অভিযানত জালত পৰে চোৰাং চিকাৰী দুটা।

    ওদালগুৰি আৰক্ষী, মাজবাট আৰক্ষী আৰু সেনা বাহিনীৰ যুটীয়া অভিযানত জালত পৰে চোৰাং চিকাৰী দুটা।

    • Share this:
      ওদালগুৰি জিলাৰ মাজবাটত দুই চোৰাং চিকাৰীক আটক কৰে আৰক্ষীয়ে। ধৃত চিকাৰী দুটা ৰৌতা মাজুলীৰ চুমেল বসুমতাৰী আৰু ৰিমানদা দৈমাৰী। ‌ওদালগুৰি আৰক্ষী, মাজবাট আৰক্ষী আৰু সেনা বাহিনীৰ যুটীয়া অভিযানত জালত পৰে চোৰাং চিকাৰী দুটা। চিকাৰী দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত সেনা–আৰক্ষীয়ে লামাবাৰীত উৎখাত কৰে অস্ত্ৰ–শস্ত্ৰ নিৰ্মাণৰ কাৰখানা। কাৰখানাটোৰ পৰা জব্দ বহু পৰিমাণৰ হস্তনিৰ্মিত অস্ত্ৰ–শস্ত্ৰ। কাৰখানাৰ স্বত্বাধিকাৰী দণ্ডা দৈমাৰী পলাতক।

      NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

      First published: