ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা, আৰু দুজনৰ দেহত ধৰা পৰিল কোভিড–১৯ পজিটিভ

News18 Assam | News18-Assam
Updated:May 22, 2020, 1:13 PM IST
ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা, আৰু দুজনৰ দেহত ধৰা পৰিল কোভিড–১৯ পজিটিভ
অসমত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে ২১৪জনলৈ।

অসমত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে ২১৪জনলৈ।

  • Share this:
ৰাজ্যত প্ৰতিদিনে দ্ৰুতগতিত বাঢ়িছে কোৰোণা ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা। আৰু দুজন লোকৰ দেহত নতুনকৈ ধৰা পৰিছে কোভিড–১৯ পজিটিভ। যোৰহাটত কোৱাৰেণ্টাইন হৈ থকা লোক দুজনৰ ঘৰ শিৱসাগৰত। এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে ২১৪জনলৈ। ইয়াৰ ভিতৰত হাস্পতালত চিকিৎসাধীন হৈ আছে ১৫৩জন। ৫৪জন লোক সুস্থ হৈছে অসমত। চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজনক ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading