ৰাজ্যত বাঢ়িয়েই আছে কোৰোণাত আক্ৰান্তৰ সংখ্যা, কাছাৰত নতুনকৈ দুজনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি

News18 Assam | News18-Assam
Updated:May 18, 2020, 7:39 PM IST
ৰাজ্যত বাঢ়িয়েই আছে কোৰোণাত আক্ৰান্তৰ সংখ্যা, কাছাৰত নতুনকৈ দুজনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি
ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ১০৬ জনলৈ বৃদ্ধি।

ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ১০৬ জনলৈ বৃদ্ধি।

  • Share this:
সাৱধান! ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পায়েই আছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। গোলাঘাটত দুজনৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰা পিছত এইবাৰ নতুনকৈ কাছাৰত দুজন আক্ৰান্ত হ’ল কোৰোণা ভাইৰাছত।  ইয়াৰ লগে লগে ৰাজ্যত ১০৬ জনলৈ বৃদ্ধি পালে কোৰোণাত আক্ৰান্ত ৰোগৰ সংখ্যা। সোমবাৰৰ দিনটোতে এতিয়ালৈকে ৬ জন হ’ল আক্ৰান্ত। এই কথা টুইটাৰযোগে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
First published: May 18, 2020, 7:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি