• Home
  • »
  • News
  • »
  • assam
  • »
  • দক্ষিণ কামৰূপত ভূমিকেন্দ্ৰীক বিবাদৰ ভয়ংকৰ পৰিণতি, থিতাতে নিহত দুজন লোক

দক্ষিণ কামৰূপত ভূমিকেন্দ্ৰীক বিবাদৰ ভয়ংকৰ পৰিণতি, থিতাতে নিহত দুজন লোক

এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘটিত হৈছিল তুমুল সংঘৰ্ষ৷ সংঘৰ্ষত লোৰ ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰে দুজন লোকক৷

  • Share this:
দক্ষিণ কামৰূপৰ সোণতলীত ভূমিকেন্দ্ৰীক সংঘাত৷ সংঘাতত থিতাতে প্ৰাণ গ'ল দুজন লোকৰ৷ মৃত লোকদুজনৰ নাম নুৰ মহম্মদ আৰু আৰু আলী আকবৰ৷ সোণতলীৰ নিজকাঠমিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা৷

এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘটিত হৈছিল তুমুল সংঘৰ্ষ৷ সংঘৰ্ষত লোৰ ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰে দুজন লোকক৷ এই মাৰপিটৰ ঘটনাত আহত হৈছে ২২ জনকৈ লোক৷ কিছমত কাঠমি গাঁৱৰ দুটা ফৈদৰ মাজত এডোখৰ ভূমিক লৈ সৃষ্টি হৈছিল সংঘাত৷

আজি পুৱাৰ ভাগত সেই সংঘাতে লৈছিল চূড়ান্ত ৰূপ৷ দুটা পক্ষৰ দুৰ্বাদল কাজিয়াত আহত হয় ২২জন লোকক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও ১৭ জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ এই ঘটনাক লৈ সমগ্ৰ সোণতলী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷
Published by:Sanjay Kumar Das
First published: