• Home
  • »
  • News
  • »
  • assam
  • »
  • শিৱসাগৰ বিক্ৰমপুৰ তিনিআলিত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত এহাল যুৱক-যুৱতী

শিৱসাগৰ বিক্ৰমপুৰ তিনিআলিত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত এহাল যুৱক-যুৱতী

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাইক আৰু মালবাহী বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাইক আৰু মালবাহী বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাইক আৰু মালবাহী বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়

  • Share this:
শিৱসাগৰ বিক্ৰমপুৰ তিনিআলিত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাইক আৰু মালবাহী বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত বাইক আৰোহী দুজন থিতাতে নিহত হয়। নিহত দুজনৰ ভিতৰত এজন যুৱক আৰু এগৰাকী যুৱতী আছিল।

জানিব পৰা মতে, নিহত যুৱতী গৰাকীৰ নাম পূজা বৰুৱা আৰু নিহত যুৱকজন শিৱসাগৰৰ তাৰিক আলী। যুৱক–যুৱতীদ্বয়ে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে গৈ থাকোতে এই ঘটনা সংঘটিত হয়।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি