আৰক্ষীৰ তালাচীত গাড়ীৰ ভিতৰত উদ্ধাৰ ১৭ লাখ টকা, আটক দুজন

News18-Assam
Updated:November 24, 2019, 12:04 PM IST
আৰক্ষীৰ তালাচীত গাড়ীৰ ভিতৰত উদ্ধাৰ ১৭ লাখ টকা, আটক দুজন
গাড়ীৰ চালক জহিৰুল ইছলাম আৰু স্বপন সাহা নামৰ আন এজনক আটক কৰে আৰক্ষীয়ে।

গাড়ীৰ চালক জহিৰুল ইছলাম আৰু স্বপন সাহা নামৰ আন এজনক আটক কৰে আৰক্ষীয়ে।

  • News18 Assam
  • Last Updated: November 24, 2019, 12:04 PM IST
  • Share this:
অসম-বংগ সীমান্তৱৰ্তী পাকৰিগুৰিত ১৭ লাখ টকা জব্দ। এখন গাড়ীৰ পৰা আৰক্ষীয়ে টকাসহ আটক কৰে দুজন লোকক। শনিবাৰে গোপন সূত্ৰৰ ভিত্তিত পাকৰিগুৰি তালাচী চকীত অভিযান চলাই কুমাৰগ্ৰাম আৰক্ষীয়ে জব্দ কৰি বৃহৎ পৰিমাণৰ ধনখিনি। গাড়ীৰ চালক জহিৰুল ইছলাম আৰু স্বপন সাহা নামৰ আন এজনক আটক কৰে আৰক্ষীয়ে। দুয়োৰে ঘৰ বৰপেটা জিলাত।
আৰু চাওক
পৰৱৰ্তী বাতৰি