• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ এইখন জিলাত বাইক–স্কুটীত দুজন উঠা নিষেধ, নিয়ম ভংগ কৰিলেই শাস্তি!

অসমৰ এইখন জিলাত বাইক–স্কুটীত দুজন উঠা নিষেধ, নিয়ম ভংগ কৰিলেই শাস্তি!

৯ আগষ্টৰ পৰা ১৮ আগষ্টলৈ এই নিৰ্দেশ বাহাল থাকিব। এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

  • Share this:
সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আইন ১৯৮৮ৰ ১২৮ ধাৰাৰ অধীনত সমগ্ৰ গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাটো নিষিদ্ধ কৰা হৈছে। অৱশ্যে ৬০ বছৰ বয়সৰ ঊৰ্ধ্বৰ ব্যক্তি, মহিলা আৰু ১৫ বছৰ বয়সৰ তলৰ শিশুক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে। ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই এই নিষেধাজ্ঞা জাৰি কৰিছে। ৯ আগষ্টৰ পৰা ১৮ আগষ্টলৈ এই নিৰ্দেশ বাহাল থাকিব। এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
Published by:Sanjay Kumar Das
First published: