ডকমকাত দাবী কৰা ধন নিবলৈ আহি জালত পৰিল দুই উগ্ৰপন্থী

News18 Assam | News18-Assam
Updated:January 31, 2020, 10:57 AM IST
ডকমকাত দাবী কৰা ধন নিবলৈ আহি জালত পৰিল দুই উগ্ৰপন্থী
উগ্ৰপন্থী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে PDCKৰ পেড, ধন দাবীপত্ৰ আৰু অন্যান্য আপত্তিজনক নথি-পত্ৰ।

উগ্ৰপন্থী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে PDCKৰ পেড, ধন দাবীপত্ৰ আৰু অন্যান্য আপত্তিজনক নথি-পত্ৰ।

  • Share this:
ডকমকাত আৰক্ষীৰ জালত দুই উগ্ৰপন্থী। দাবী কৰা ধন নিবলৈ আহিছিল উগ্ৰপন্থী সদস্য দুজনে। ডকমকা আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত আটক কৰে উগ্ৰপন্থী সদস্যদ্বয়ক। ধৃত PDCKৰ সদস্য দুজনৰ নাম ক্ৰমে জিৰছং হাঞ্চে আৰু কাৰ্বন টেৰণ। উগ্ৰপন্থী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে PDCKৰ পেড, ধন দাবীপত্ৰ আৰু অন্যান্য আপত্তিজনক নথি-পত্ৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি