
কংগ্ৰেছ এতিয়া দুজনমান নেতাৰ কাৰণে ডুবন্ত নাও হৈ পৰিছে, এই দুজনমান নেতাৰ নাম পিছত ক’ম।
কংগ্ৰেছ এতিয়া দুজনমান নেতাৰ কাৰণে ডুবন্ত নাও হৈ পৰিছে, এই দুজনমান নেতাৰ নাম পিছত ক’ম।
‘‘ৰিপুণ বৰাৰ ৰাজনৈতিক জীৱন শেষ। ৰিপুণ বৰা সভাপতি থাকোতে বহু কংগ্ৰেছ বিধায়কক বহু দুখ দিছে। এ আই ইউ ডি এফ বা অন্য দলৰ দৰকাৰ নাই, কংগ্ৰেছৰ সেই বিধায়কসকলেই এতিয়া প্ৰতিশোধ ল’ব।’’ – এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।
ৰূপজ্যোতি কুৰ্মীয়ে কয়, কাৰোবাক টিকট দিয়া নাছিল, প্ৰাৰ্থিত্ব দিয়া নাছিল, বহুত অন্যায় কৰিছিল। তাৰে প্ৰতিশোধ ল’ব কংগ্ৰেছৰে এই বিধায়কসকলে। দুজন বা তিনিজন বিধায়কে প্ৰতিশোধ ল’ব, সেয়াই যথেষ্ট, বেলেগ দৰকাৰ নাই। কংগ্ৰেছ এতিয়া দুজনমান নেতাৰ কাৰণে ডুবন্ত নাও হৈ পৰিছে, এই দুজনমান নেতাৰ নাম পিছত ক’ম।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|