গোসাঁইগাঁৱত আৰক্ষী আৰু NDFB(S)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলি, নিহত ২ NDFB(S)ৰ সদস্য

গোপন তথ্যৰ ভিত্তিত গোসাঁইগাঁও মহকুমাৰ ভাৰত–ভূটান সীমান্তৱৰ্তী চৰাইবিলত আৰক্ষী চকীৰ অন্তৰ্গত বছাবিলত অভিযান চলাইছিল আৰক্ষীয়ে।

News18-Assam
Updated:November 1, 2019, 7:31 AM IST
গোসাঁইগাঁৱত আৰক্ষী আৰু NDFB(S)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলি, নিহত ২ NDFB(S)ৰ সদস্য
গোপন তথ্যৰ ভিত্তিত গোসাঁইগাঁও মহকুমাৰ ভাৰত–ভূটান সীমান্তৱৰ্তী চৰাইবিলত আৰক্ষী চকীৰ অন্তৰ্গত বছাবিলত অভিযান চলাইছিল আৰক্ষীয়ে।
News18-Assam
Updated: November 1, 2019, 7:31 AM IST
গোসাঁইগাঁৱৰ বছাবিলত আৰক্ষী আৰু NDFB(S)ৰ মাজত তুমুল সংঘৰ্ষ। এই সংঘৰ্ষত নিহত হয় দুজন এন ডি এফ বি (এছ)ৰ সদস্য। গোপন তথ্যৰ ভিত্তিত গোসাঁইগাঁও মহকুমাৰ ভাৰত–ভূটান সীমান্তৱৰ্তী চৰাইবিলত আৰক্ষী চকীৰ অন্তৰ্গত বছাবিলত অভিযান চলাইছিল আৰক্ষীয়ে। অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত হয় প্ৰচণ্ড গুলীয়াগুলি। গুলীয়াগুলিত নিহত হয় NDFB(S)ৰ দুই সদস্য। বৰ্তমান গোসাঁইগাঁও থানাত আছে মৃতদেহ দুটা।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি